তদ্ভৱ শব্দ (Assamese) [ Roman: tod.bhob xob.do]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-12
    1. Literature(Abstract Noun) Vernacular words distorted from original language like Sanskrit. অসমীয়া ভাষাৰ উচ্চাৰণ অনুসৰি লিখা সংস্কৃতমূলৰ শব্দ। যেনেঃ- স্নেহ > চেনেহ স্বৰ্ণ > সোণ হস্ত > হাত কৰ্ণ > কাণ ইত্যাদি।